Advertisement

Zubeen Garg, other artistes collect relief funds for marooned people

Zubeen Garg, other artistes collect relief funds for marooned people বন্যাৰ্তৰ সহায়ৰ বাবে ৰাজপথলৈ ওলাই আহিল জুবিন গাৰ্গ। হাতত দানপাত্ৰ লৈ সাহায্য সংগ্ৰহ জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ নেতৃত্বত সাহায্য সংগ্ৰহৰ বাবে ৰাজপথলৈ আহিল শিল্পী দল। চানমাৰিৰ পৰা জুবিনে আৰম্ভ কৰিলে বান সাহায্য সংগ্ৰহ অভিযান। বান সমস্যাৰ স্থায়ী সমাধানৰ আহ্বান জুবিন গাৰ্গৰ।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Assam Floods,Floods In Assam,Kaziranga Floods,Flood News,Assam Flood News,Flood Relief,Zubeen Garg,Zubeen Garg Flood Relief,Assam News,Assam,

Post a Comment

0 Comments