Advertisement

A tubewell fitter by profession, Kaliabar’s Nandalal Rabidas plays various folk instruments

A tubewell fitter by profession, Kaliabar’s Nandalal Rabidas plays various folk instruments কঠোৰ জীৱন সংগ্ৰামৰ মাজতো অসমীয়া লোকসংস্কৃতিৰ চৰ্চাত ব্যস্ত এজন মিস্ত্ৰী। ঘৰে ঘৰে দমকল বহুৱাই ফুৰে কলিয়াবৰৰ হাতীগাঁৱৰ নন্দলাল ৰবিদাসে।তাৰ মাজতো লোকজনে নিজেই সাজি উলিয়াইছে একাধিক লোকবাদ্য। মিস্ত্ৰী কামৰ সমানে লোকসংস্কৃতিৰ সাধনা কৰি সুখ্যাতি অৰ্জন কৰিছে বিহাৰী সম্প্ৰদায়ৰ নন্দলাল ৰবিদাসে।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Folk Instrument,Nandalal Rabidas,Tubewell Fitter,Assam News,Assam,News Live,

Post a Comment

0 Comments